Question:  অসমৰ জাতীয় উৎসৱ কি?  
Answer: বিহু
Question:  অসমৰ ৰাজ্যিক গছ কি?
Answer: হোলোং গছ
Question:  অসমৰ জাতীয় পানীয় কি?
Answer: চাহ
Question:  অসমৰ ৰাজ্যিক ফুল কি?
Answer: কপৌফুল
Question:  অসমৰ ৰাজ্যিক জন্তু কি?
Answer: এশিঙীয়া গঁড়
Question:  নীলা বিপ্লৱ (Blue Revolution) কিহৰ লগত জড়িত?
Answer: মাছ
Question:  অসম পুলিচ দিৱস কোন তাৰিখে পালন কৰা হয়?
Answer: 1 অক্টোবৰ
Question:  কোনখন জিলাত আটাইতকৈ দীঘল আন্তৰাষ্ট্ৰীয় সীমা আছে?
Answer: ধুবুৰী
Question:  অসমৰ মুঠ মাটিকালি কিমান?
Answer: 78,438
Question:  পৃথিৱীৰ বৃহত্তম নদী দ্বীপটো কি?
Answer: মাজুলী
Question:  ৰাইনো লেণ্ড বুলি কোৱা হয়?
Answer: কাজিৰঙা
Question:  অসমীয়া কেলেণ্ডাৰৰ প্ৰথম মাহ কি?
Answer: বহাগ
Question:  জোনবিল মেলা কত অনুষ্ঠিত হয়?
Answer: মৰিগাঁও জিলা
Question:  চুতীয়া ৰাজ্যৰ শেষ ৰজা কোন?
Answer: নীতিপাল
Question:  আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
Answer: চুকাফা
