Question: সিন্ধু উপত্যকাৰ সভ্যতাৰ হৰপ্পা স্থানটো কেতিয়া আৱিষ্কাৰ হৈছিল:
Answer: ১৯২১ চনত
Question: কামৰূপ ৰাজ্যৰ নিম্নলিখিত কোনগৰাকী ৰাজকুমাৰী কাশ্মীৰৰ ৰজা মেঘবাহন বিয়া কৰাইছিল?
Answer: ভাগৱতী
Question: হিউৱেন চাঙৰ বিৱৰণ অনুসৰি বংগোপসাগৰৰ কোনটো বিখ্যাত বন্দৰ ভাস্কৰবৰ্মনৰ নিয়ন্ত্ৰণত আছিল?
Answer: Tamralipti
Question: হিউৱেন চাঙে বৰ্মন ৰাজবংশৰ শাসকসকলক ___ হিচাপে মনোনীত কৰিছিল।
Answer: Brahmin
Question: সিন্ধু উপ্যকা সভ্যতাৰ আৱিষ্কাৰৰ সৈতে জড়িত দুজন ভাৰতীয় হল-
Answer: Rakhal Das Banerjee and Dayaram Sahni
Question: কুৰুক্ষেত্ৰত যুদ্ধত (মহাভাৰত যুদ্ধ) কোন জন কামৰূপৰ ৰজাই অংশগ্ৰহণ কৰিছিল?
Answer: ভগদত্ত
Question: সিন্ধু উপত্যকাত খনন কৰা তলত উল্লেখ কৰা অৱশিষ্টসমূহৰ ভিতৰত কোনোটোৱে বাণিজ্যিক আৰু অৰ্থনৈতিক বিকাশৰ ইংগিত দিয়ে?
Answer: Seals
Question: সিন্ধু উপত্যকা সভ্যতাৰ জনসাধাৰণে পূজা কৰিছিল-
Answer: পশুপতি
Question: নিম্নলিখিত কোন প্ৰাচীন প্ৰাগজ্যোতিষৰ আটাইতকৈ শক্তশালী ৰজা আছিল?
Answer: Narakasura
Question: কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল।
Answer: 4th Century
Question: নিম্নলিখিত কোন বৰ্মন ৰজাক মহাৰাজাধিৰাজ বুলিও জনা গৈছিল?
Answer: পুষ্যবৰ্মন
Question: নিম্নলখিত কোনটোক মধ্যযুগীয় অসম ইতিহাসৰ সমাপ্তিৰ চিহ্ন হিচাপে গণ্য কৰা হয়?
Answer: The Treaty of Yondabo
Question: ১৮২৮ চনত কছাৰী ৰাজ্যক নিম্নলিখিত কোনটো মতবাদৰ অধীনত ব্ৰিটিছ শাসনৰ অন্তৰ্ভুক্ত কৰা হৈছ?
Answer: Doctrine of Lapse
Question: অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতা কোন আছিল?
Answer: মণিৰাম দেৱান
Question: আহোম – মোগলৰ সংঘাত কাৰ শাসনকালত আৰম্ভ হৈছিল?
Answer: প্ৰতাপ সিংহ
Question: ___ আহোম ৰজাক ‘গড়গয়া ৰজা’ বুলি কোৱা হয়।
Answer: Suklenmung
Question: বেলিমাৰ বুৰঞ্জী নামৰ কিতাপখনৰ লেখক কোন আছিল?
Answer: Bisweswar Baidydhioa
Question: কি কাৰণত হৰপ্পা সভ্যতাৰ অৱনতি ঘটিল?
Answer: Not definitely known factors
Question: সিন্ধু উপত্যকা সভ্যতাৰ চহৰবোৰৰ ৰাজপথ কেনেকুৱা আছিল?
Answer: Wide and Straight
Question: ভাৰতৰ সংগীত নাটক অকাডেমীয়ে সত্ৰীয়া নৃত্যক কোন চনত শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিছিল:
Answer: ২০০০ চনত
Question: ‘ইয়াত এখন অৰণ্য আছিল’ নামৰ কিতাপখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?
Answer: অনুৰাধা শৰ্মা পূজাৰী
Question: ______ চনত ‘হেমকোষ’ প্ৰথম প্ৰকাশিত হৈছিল।
Answer: ১৯০০ চনত
Question: ‘বৃহত্তৰ ভাৰত’ শব্দটোৱে _____ বুজায়।
Answer: Political unity
Question: নিম্নলিখিত কোনটো ৰাজ্যৰ উপাদান নহয়?
Answer: প্ৰতিৰক্ষা
Question: সামাজিক ন্যায়ৰ অৰ্থ কি?
Answer: All kinds of discrimination based on caste, creed, colour and sex should be eliminated.
Question: আৰম্ভণিতে কিমানটা মৌলিক অধিকাৰ প্ৰদান কৰা হৈছিল?
Answer: ৭ টা
Question: ‘ব্যক্তি সলনি হ’ব পাৰে কিন্তু নিয়ম সলনি হ’ব নালাগে’ হৈছে ইয়াৰ নীতি:
Answer: Constitutional Government
Question: নিম্নলখিত কোন জন সংবিধান সভাৰ সদস্য নাছিল?
Answer: মহাত্মা গান্ধী
Question: ভাৰত এক গণৰাজ্য কিয়নো:
Answer: the head of the state is elected for a definite period
Question: ১৯৩৫ অল ইণ্ডিয়া ৰেডিঅ’ত সম্প্ৰচাৰিত হোৱা প্ৰথম খন অসমীয়া নাটক আছিল:
Answer: বিন বৈৰাগী
Question: ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোন খন অধিৱেশনত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল?
Answer: পাণ্ডু অধিৱেশন
Question: ১৮২৮ চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিছিল:
Answer: গোমধৰ কোঁৱৰ
Question: ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটৰ মহাযুদ্ধৰ সময়ত আহোমৰ ৰজা ____ আছিল।
Answer: উদয়াদিত্য সিংহ Udayaditya Singha
Question: কোন খন ৰাজ্যই ৮৩ তম ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপ ২০২২ আয়োজন কৰিব?
Answer: মেঘালয়
Question: _____ অসম ৰাইফলছ স্থাপন কৰা হৈছিল।
Answer: ১৮৩৫ চনত
Question: কোন খন ৰাজ্যত শেহতীয়াকৈ ১৪০ টাতকৈও অধিক সুগন্ধি উদ্ভিদৰ প্ৰজাতিৰ সৈতে ভাৰতৰ সৰ্ববৃহৎ সুগন্ধি বাগিচা উদ্বোধন কৰা হৈছিল?
Answer: উত্তৰাখণ্ড
Question: ২০১৮ চনৰ কমনৱেলথ গেমচত ভাৰতে মুঠ কিমানটা পদক পাইছে-ক) ৫০ খ) ৬৬ গ) ৭০ ঘ) ৭৫
Answer: খ
Question: ভাৰতৰ সংবিধানে ইয়াৰ চূড়ান্ত কৰ্তৃত্ব প্ৰাপ্ত কৰিছে-
Answer: People of India
Question: সংবিধান প্ৰস্তাৱনাত ভাৰতক কি হিচাপে ঘোষণা কৰা হৈছে:
Answer: Sovereign Socialist Secular Democratic Republic
Question: ৰাজতৰংগিনীৰ ৰচক কোন?ক) কৌটিল্য খ) কলহন গ) বানভট্ট ঘ) চৰক
Answer: খ
Question: বিশাখাদত্ত ৰচিত নাটকখন কি?ক) ৰঘুবংশ খ) কুমাৰ হৰণ গ) মুদ্ৰাৰাক্ষস ঘ) মেঘদূত
Answer: গ
Question: স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল?ক) প্ৰায় ৮০০০ খ) প্ৰায় ১০,০০০ গ) ১৫,০০০ ঘ) ১,০০,০০০
Answer: ক
Question: ভাৰতীয় সংবিধানৰ ১১ তম অনুসূচীটো কিহৰ লগত জড়িত?
Answer: Panchayats
Question: বিজ্ঞানৰ জনপ্ৰিয়তাৰ বাবে প্ৰতি বছৰে কলিংগ পুৰস্কাৰ কৰা দ্বাৰা প্ৰদান কৰা হয়?
Answer: The UNESCO
Question: ভাৰতে ৰাষ্ট্ৰসংঘ কিমান চনত সদস্য ৰাষ্ট্ৰ হিচাপে যোগদান কৰিছিল?
Answer: ১৯৪৫ চনত
Question: ২৯ জানুৱাৰী দিনটো কি দিৱস হিচাপে পালন কৰা হয়?
Answer: অসম গাওঁ আৰক্ষী দিৱস
Question: কছাৰী সকলৰ প্ৰথম ৰাজধানী ক’ত আছিল?
Answer: ডিমাপুৰ
Question: অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো?
Answer: ফুলগুৰিৰ ধোৱা
Question: অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীৰ নাম হৈছে
Answer: চৈয়দা আনোৱাৰা টাইমূৰ
Question: ‘কানাই বৰশী বোৱা’ শিলালিপি আছে
Answer: উত্তৰ গুৱাহাটীত
Question: কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইনোলেণ্ড নামেৰে জনা যায় ?
Answer: কাজিৰঙা ৰাঃউঃ
Question: চানডুবি উৎসৱ কোনটো মাহত পালন কৰা হয়?
Answer: জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত
Question: কোনজন অসমীয়া কবিক প্ৰেম আৰু ৰডালিৰ কবি বুলিও জনা যায়?
Answer: হীৰেন ভট্টাচার্য
Question: কোন দেশক ‘সোণালী পেগোডাৰ’(Golden Pagoda) দেশ বুলি জনা যায়।
Answer: ম্যানমাৰ
Question: লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কোন বছৰত ‘ৰসৰাজ ৰে সম্মানিত কৰে…।
Answer: ১৯৩১
Question: অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক’ত অৱস্থিত ?
Answer: গুৱাহাটী
Question: ভাৰতে কেতিয়া অলিম্পিক খেলত অংশগ্ৰহণ কৰে
Answer: ১৯০৫
Question: ভাৰতীয় বায়ু সেনাৰ কমাণ্ডাৰ হোৱা প্ৰথম গৰাকী অসম মহিলা কোন?
Answer: বৰ্ণালী গগৈ
Question: নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত ?
Answer: গোলাঘাট
Question: বিশ্ব জনসংখ্যা দিৱস
Answer: 11 জুলাই
Question: মুদ্ৰা বিহীন ভাবে বয়বস্তো ব্যৱসায়ৰ পুৰণি মাধ্যম টো হল
Answer: বিনিময়
Question: তলৰ কোনখন ইংৰাজী গ্ৰন্থ হেম বৰুৱা ৰচিত
Answer: The Red River and the Blue Hill
Question: হালধিয়া চৰাইয়ে বাওধান খাই কোন বৰ্ষৰ শ্ৰেষ্ঠ ফিচাৰ ফিল্ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল…..
Answer: ১৯৮৮
Question: ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত অন্তিমখন চলচ্চিত্র কোনখন?
Answer: ছিৰাজ
Question: বৰাক উপত্যকাত মুঠ কেইখন জিলা আছে ?
Answer: তিনি খন
Question: অসম ৰত্ন বঁটা প্ৰাপ্ত কৰা প্ৰথম জন কোন?
Answer: ভূপেন হাজৰিকা
Question: ⛩️ অসমত প্ৰথম মৰ্চা চৰকাৰ কোন চনত গঠন হয়?
Answer: 2006
Question: সাহিত্য অকাডেমীৰ দ্বাৰা ‘যুৱ পুৰস্কাৰ’ জয় কৰা প্ৰথম জন অসমীয়া কোন?
Answer: অৰিন্দম বৰকাকাতি
Question: পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তর্ভুক্ত নহয় ?
Answer: লালুকী
Question: টোকলাই চাহ গবেষণা প্রতিষ্ঠানটি অবস্থিত নগৰখন হৈছে
Answer: যোৰহাট
Question: অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন?
Answer: খৰ্গেশ্বৰ তালুকদাৰ
Question: ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি ?
Answer: ৰাঞ্চি
Question: আন্তৰাষ্ট্ৰীয় চাহ দিৱস
Answer: 21 মে
Question: তলৰ কোনখন ছবিৰ লগত ভবেন্দ্ৰনাথ শইকীয়া জড়িত
Answer: সন্ধ্যাৰাগ
Question: অসমীয়া সাহিত্য বুৰঞ্জীৰ লেখক হৈছে …….
Answer: দেৱেন্দ্ৰনাথ বেজবৰুৱা
Question: ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখন হৈছে
Answer: Kolar
Question: সৌৰজগতৰ কোনটো গ্রহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে ?
Answer: মঙ্গল
Question: কবিতা সংকলন ‘অলকানন্দ’ কোনে লিখিছিল?
Answer: নলিনী বালা দেৱী
Question: চুনামি সংঘটিত হোৱা অঞ্চল হৈছে
Answer: মহাসাগৰ
Question: হেম বৰুৱা ৰচিত এটা উল্লেখযোগ্য কবিতা হৈছে
Answer: মমতাৰ চিঠি
Question: 🎄 বছৰৰ আটাইতকৈ চুটি দিনটো হ’ল
Answer: ২২ ডিচেম্বৰ
Question: নিজৰ বিৰুদ্ধে ভাৰত(India against itself) কিতাপখনৰ লেখক কোন আছিল?
Answer: সঞ্জীৱ বৰুৱা
Question: °পূৱৰ আমাজান বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয় ?
Answer: দিহিং-পাটকাই ৰাঃউঃ
Question: কোনখন সত্ৰ মাস্ক ক্রাফটিং ৰ বাবে বিখ্যাত?
Answer: চামগুৰি সত্ৰ
Question: প্রথম কোনখন চলচ্চিত্র য়ে শ্রেষ্ঠ ফিচাৰ ফিল্মৰ বাবে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিল….
Answer: ৰঙা পুলিচ
Question: 🎄 পৃথিৱীৰ প্ৰথম গাণনিক যন্ত্ৰটোৰ নাম কি
Answer: এবাকাচ্
Question: কোনখন দেশক সাপৰ দেশ বুলি কোৱা হয়?
Answer: ব্ৰাজিল
Question: 🌱 পৃথিৱীৰ কোনটো শস্যৰ খেতিত জলসিঞ্চনৰ ব্যৱহাৰ বেছি?
Answer: ঘেঁহু
Question: ২০২১ চনত অসমৰ কোন জন ব্যক্তিক পদ্মভূষণ বঁটাৰে পুৰস্কৃত কৰা হয়?
Answer: তৰুণ গগৈ
Question: কোন গৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাংকণ কৰিছিল ?
Answer: পিংগলী ভেংকয়া
Question: সংগীত নাটক একাডেমীৰ দ্বাৰা পুৰস্কৃত হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা কোন?
Answer: প্ৰতিমা পাণ্ডে বৰুৱা
Question: পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু হৈছিল
Answer: ১৯৪৬ চনত
Question: কাৰ্গিল বিজয় দিৱস
Answer: 26 জুলাই
Question: ৰমণী গাভৰুৰ প্ৰকৃত নাম কি?
Answer: নাংচেন গাভৰু
Question: অসমৰ পৰা ভাৰতৰ প্ৰথম নির্বাচন আয়ুক্ত কোন আছিল?
Answer: হৰিশংকৰ ব্ৰহ্ম
Question: 🎄ৰাজনীতি বিজ্ঞান ৰ পিতৃ হ’ল
Answer: এৰিষ্ট’ট’ল
Question: কোন গৰাকী সম্রাটে ভাৰতৰ গ্ৰেণ্ড ট্রাংক ৰোড নির্মাণ কৰিছিল ?
Answer: শ্বেৰশ্বাহ চুৰি
Question: বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰে?
Answer: ৰূপসিং চুবেদাৰ
Question: অন্তৰীপ উপন্যাসৰ লেখক কোন
Answer: ডঃ ভবেন্দ্ৰনাথ শইকীয়া
Question: অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন?
Answer: ছৈয়দা আনোৱাৰা টাইমুৰ
Question: কেতিয়া ভূপেন হাজৰিকাক দাদাচাহেব ফাল্কে বঁটাৰে পুৰস্কৃত কৰা
Answer: ১৯৯২
Question: কোন বছৰত গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল?
Answer: ১৯৯৯
Question: নীতি আয়োগৰ স্থাপন হৈছিল
Answer: ২০১৫
Question: তলৰ কোনখন পুথি হেম বৰুৱা ৰচিত নহয়
Answer: অসমীয়া গল্প সাহিত্য
Question: ‘হস্তী সংৰক্ষণ আইন’ কেতিয়া গঠন কৰা হয়
Answer: 1879
Question: 🎄 বছৰৰ আটাইতকৈ দীঘল দিনটো হ’ল
Answer: ২১ জুন
Question: মূলা গাভৰু কাৰ পত্নী আছিল?
Answer: ফ্ৰাচেংমুং বৰগোহাঞি
Question: 🏙️ ‘পবিত্ৰ ভূমি'(Holy Land) নামেৰে পৰিচিত –
Answer: পেলেষ্টাইন
Question: ভাৰতৰ বায়ুসেনা দিৱস
Answer: 8 অক্টোবৰ
Question: ⛰️ কোনখন দেশক ‘হাজাৰ পাহাৰৰ দেশ’ বুলি কোৱা হয়?
Answer: আফগানিস্তান
Question: কোন চনত অসমত ভাষা আন্দোলন হৈছিল?
Answer: 1960
Question: কোনখন ৰাষ্ট্ৰীয় উদ্যানত ৰাং কুকুৰ পোৱা যায় ?
Answer: ৰাইমনা
Question: গৌৰ ৰ ৰজা শশাঙ্ক ৰ ৰাজধানী কত আছিল
Answer: কৰ্ণসুভৰ্ণ
Question: বিশ্ব ৰক্তদাতা দিৱস
Answer: 14 জুন