Question: পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোন?
Answer: নীল
Question: কোন বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল?
Answer: ১৯৪২ চনত
Question: ৰুক্মিণী কোন ৰাজ্য ৰাজকুমাৰী আছিল?
Answer: কুণ্ডিল
Question: প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আছিল?
Answer: মহীৰঙ্গ দানৱ
Question: হুমায়ুনৰ পুত্ৰ কোন আছিল?
Answer: আকবৰ
Question: মৌৰ্য্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
Answer: চন্দ্ৰগুপ্ত মৌৰ্য্য
Question: UNICEF ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Answer: নিউয়ৰ্ক
Question: হাৰিয়ানাৰ ৰাজধানীৰ নাম কি?
Answer: চণ্ডিগড়
Question: কম্পিউটাৰৰ সন্দৰ্ভত ডব্লিউ.ডব্লিউ.ডব্লিউ (WWW) -ৰ সম্প্ৰসাৰণ কি?
Answer: ৱৰ্ল্ড ৱাইড ৱেব
Question: ভাৰতৰ কোন খন ৰাজ্যই দেশৰ ভিতৰত সৰ্বাধিক সংখ্যক চন্দন কাঠ উৎপাদন কৰে?
Answer: কৰ্ণাটক
Question: বাইচুং ভূটিয়া কোন খন ৰাজ্যৰ?
Answer: ছিকিম
Question: কোনে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল?
Answer: আমুণ্ডসেন
Question: কোন খন দেশক বগা হাতীৰ দেশ বুলি জনা যায়?
Answer: থাইলেণ্ড
Question: ডিব্ৰুগড় কোনখন নদীৰ পাৰত অৱস্থিত?
Answer: ব্ৰহ্মপুত্ৰ
Question: তাজমহল কোন নদীৰ ওচৰত অৱস্থিত?
Answer: যমুনা
Question: জাপানৰ ৰাজধানীৰ নাম কি?
Answer: টকিঅ’
Question: কোনখন ৰাজ্যৰ ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত নাই?
Answer: বিহাৰ
Question: অসমৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী কোন?
Answer: অজন্তা নেওগ
Question: ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
Answer: ড॰ ৰাজেন্দ্ৰ প্ৰসাদ
Question: নামদাফা ৰাষ্ট্ৰীয় উদ্যান কোন খন ৰাজ্যত অৱস্থিত?
Answer: অৰুণাচল প্ৰদেশ
Question: নিম্নলিখিত কোনখন চহৰত স্ৱৰ্ণ মন্দিৰ অৱস্থিত আছে?
Answer: অমৃতসৰ
Question: শেহতীয়াকৈ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা লাচিথ মালিঙ্গাই কোন খন দেশৰ হৈ খেলিছিল?
Answer: শ্ৰীলংকা
Question: কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ শাসন কোনে কৰে?
Answer: ৰাষ্ট্ৰপতিয়ে
Question: চুতীয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি?
Answer: ৰত্নধ্বজ পাল
Question: আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি?
Answer: ইটাখুলি ৰণ
Question: কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত লতাকটা ৰণ হৈছিল?
Answer: ৰাজেশ্বৰ সিংহৰ
Question: মাধৱদেৱৰ জন্ম ক’ত হৈছিল?
Answer: লেতেকুপুখুৰী
Question: World Health Organization ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Answer: জেনেভা
Question: ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী কোন আছিল?
Answer: চৰ্দাৰ বল্লভভাই পেটেল
Question: ভাৰতীয় মুদ্ৰা নোট এখনত কিমানটা ভাষা মুদ্ৰণ কৰা হয়?
Answer: ১৫ টা
Question: World Trade Organization ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Answer: জেনেভা
Question: মেঘদূত কোনে লিখিছিল?
Answer: কালিদাসে
Question: বৈকাল হ্ৰদ ক’ত অৱস্থিত?
Answer: ৰুছ
Question: উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হবলৈ এজন ব্যক্তিৰ নিম্নতম বয়স কিমান হব লাগিব?
Answer: ৩৫ বছৰ
Question: কাবুল কোন খন দেশৰ ৰাজধানী?
Answer: আফগানিস্তান
Question: A ভিটামিনৰ অভাৱত কি ৰোগ হয়?
Answer: কুকুৰীকণা
Question: এস্কিমো সকলে সজা বৰফৰ ঘৰক কি বোলা হয় ?
Answer: ঈগলু
Question: গুৰু নানকৰ জন্ম ক’ত হৈছিল?
Answer: গ) পাকিস্তানৰ নানকান চাহিবঢ
Question: ত্ৰিপুৰাৰ ৰয়েল হাউচক কি বুলি কোৱা হয়?
Answer: ক) মানিক্য
Question: ভাৰতবৰ্ষৰ কোনখন চহৰক চাহপাতৰ চহৰ বুলি জনা যায়?
Answer: ডিব্ৰুগড়
Question: কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল-
Answer: খ) ১৯১১ চনত
Question: ‘মুছলমান একতাৰ ৰাষ্ট্ৰদূত’ বুলি কোনজন ব্যক্তিক কোৱা হয়-
Answer: ক) মহম্মদ আলি জিন্না
Question: অভিযাত্ৰী গ্ৰন্থ খন কোন গৰাকী ব্যক্তিৰ জীৱনৰ আধাৰত লিখি হৈছে?
Answer: ঘ) চন্দ্ৰপ্ৰভা শইকীয়ানী
Question: আলুত প্ৰচুৰ পৰিমাণে কি থাকে?
Answer: কাৰ্বোহাইড্ৰেট
Question: বৃহস্পতিৰ পাছতে ডাঙৰ গ্ৰহটো কোনটো?
Answer: শনি
Question: আমাৰ সৌৰজগতৰ কেন্দ্ৰ হল-
Answer: সূৰ্য
Question: নিম্নলিখিত কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয়?
Answer: C
Question: নিম্নলিখিত কোনটো অঙ্গ খাদ্য হজম কৰাত জড়িত নহয়?
Answer: প্লীহা
Question: Google ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Answer: কেলিফৰ্ণিয়া
Question: সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি?
Answer: ছডিয়াম ক্লৰাইড
Question: নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল?
Answer: জেমছ চাডউইক
Question: আটাইতকৈ সৰু বৰ্গ সংখ্যা টো কি যিটো ৬, ৯ আৰু ১৫ ৰ দ্বাৰা বিভাজ্য?
Answer: ৯০০
Question: কোনখন মহাদেশত নীল নদী আছে?
Answer: আফ্ৰিকা
Question: ‘আমাৰ সোণাৰ বাংলা’ কোন খন দেশৰ ৰাষ্ট্ৰীয় সংগীত?
Answer: বাংলাদেশ
Question: পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনখন?
Answer: ভেটিকান চিটি
Question: অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কি?
Answer: কেংগাৰু
Question: বাংলাদেশৰ সংসদৰ নাম কি?
Answer: জাতীয় সংসদ
Question: ডুৰাণ্ড ৰেখা কোন দুখন দেশৰ মাজৰ সীমা?
Answer: আফগানিস্তান আৰু পাকিস্তান
Question: সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস কোনখন?
Answer: ঈয়াৰুইঙ্গম
Question: কাক ‘বিহাগী কবি’ বুলি জনা যায়?
Answer: ৰঘুনাথ চৌধুৰী
Question: “সাৰে জাহাছে আচ্ছা” গীতৰ গীতিকাৰ কোন?
Answer: ইকবাল
Question: প্ৰথম খন অসমীয়া শিশু আলোচনী ৰ নাম কি?
Answer: ল’ৰা বন্ধু
Question: নামঘোষা কোনে লিখিছিল?
Answer: মাধৱদেৱ
Question: কোনে প্ৰথম অসমীয়া অভিধানখন সংকলন কৰিছিল?
Answer: নাথান ব্ৰাউন
Question: IPL ৰ খেলত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন?
Answer: আবু নেচিম আহমেদ
Question: মলয়া গোস্বামীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা অসমীয়া ছবিখনৰ নাম কি?
Answer: ফিৰিঙতি
Question: সৰ্বানন্দ সোণোৱাল অসমৰ কিমান তম মুখ্যমন্ত্ৰী আছিল?
Answer: ১৪ তম
Question: তিস্তা নদীৰ লগত মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি হয়?
Answer: যমুনা
Question: যতীন্দ্ৰ নাথ দুৱৰা দেৱক কি কবি বোলা হয়?
Answer: বনফুলৰ কবি
Question: প্রথম ট্রেনজেনিক শস্য কি?
Answer: বাচমতি ধান
Question: সৌচাগৰৰ পৰাও কৰণা ভাইৰাছ সংক্ৰমণ হব পাৰেনে?
Answer: পাৰে
Question: COVID-19 ৰ সম্পূৰ্ণ অৰ্থ কি?
Answer: Coronavirus Disease 2019
Question: পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি?
Answer: ছাহাৰা মৰুভূমি
Question: বৰ্তমান অসমৰ শিক্ষা মন্ত্ৰী কোন?
Answer: ৰানুজ পেগু
Question: শংকৰদেৱে লিখা সকলো কিতাপৰ ভিতৰত নিম্নলিখিত কোনখন কিতাপ আটাইতকৈ সৰু?
Answer: গুণমালা
Question: ‘সাহিত্য একাডেমী বঁটা’ বিজয়ী কিতাপ “দেওলাংখুই”ৰ লেখক কোন?
Answer: ৰীতা চৌধুৰী
Question: ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন?
Answer: মাধৱ কন্দলী
Question: কাৰেংগাৰ লিগিৰি নাটক কোনে লিখিছিল?
Answer: জ্যোতি প্ৰসাদ আগৰৱালা
Question: সোৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে?
Answer: শনি
Question: সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাওঁতে কিমান সময় লাগে?
Answer: ৮ মিনিট
Question: হেলীৰ ধুমকেতু কিমান বছৰৰ মূৰত আহে?
Answer: ৭৬ বছৰ
Question: GEAC ৰ সম্পূৰ্ণ অৰ্থ কি?
Answer: Genetic Engineering Appraisal Committee
Question: অসমৰ প্ৰথম মহিলা IAS কোন আছিল?
Answer: পাৰুল দেৱী দাস
Question: কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ কফি উৎপাদক?
Answer: ব্ৰাজিল
Question: অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?
Answer: শিৱসাগৰ
Question: প্রথম আধুনিক অসমীয়া নাটকখনৰ নাম কি?
Answer: ৰাম নৱমী
Question: অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি?
Answer: কহিনুৰ থিয়েটাৰ
Question: অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
Answer: পদ্মনাথ গোহাঁই বৰুৱা
Question: কাক প্ৰথম অসমীয়া চনেট বুলি গণ্য কৰা হয়?
Answer: প্ৰিয়তমাৰ চিঠি
Question: কোনে প্ৰথম অসমীয়া ব্যাকৰণ লিখিছিল?
Answer: নাথান ব্ৰাউন
Question: নিম্নলিখিত কোনখন প্ৰথম অসমীয়া মিনি আলোচনী?
Answer: বিন্দু
Question: নিম্নলিখিত কাক অসমীয়া গদ্যৰ পিতৃ বুলি কোৱা হয়?
Answer: বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য
Question: ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
Answer: ইংৰাজ আৰু ব্ৰহ্মদেশৰ মানসকলৰ মাজত
Question: কোন চনত কোচ ৰজা নৰনাৰায়ণে আহোম সাম্রাজ্য আক্ৰমণ কৰিছিল?
Answer: ১৫৬২ চনত
Question: নিম্নলিখিত কোন জন আহোম ৰজাই কোচ ৰজা নৰনাৰায়ণৰ সৈতে মাজুলী চুক্তি স্বাক্ষৰ কৰিছিল?
Answer: চাওলুং চুকাফা
Question: উমানন্দা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
Answer: গদাধৰ সিংহ
Question: বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
Answer: মাধৱদেৱ
Question: শ্ৰীমন্ত শংকৰদেৱে কিমানটা বৰগীট লিখিছিল?
Answer: ২৪০ টা
Question: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল?
Answer: মলয়া গোস্বামী